Title: সা-সুবিধা
Author: WordPress.org
Published: ডিচেম্বৰ 1, 2025

---

# সা-সুবিধা

WordPress powers more than 43% of the web — a figure that rises every day. Everything
from simple websites, to blogs, to complex portals and enterprise websites, and 
even applications, are built with WordPress.

WordPress-এ ব্যৱহাৰকাৰী আৰু প্ৰকাশকৰ সৰলতাৰ সৈতে বিকাশকাৰীৰ অন্তৰ্নিহিত জটিলতাৰ 
সমন্বয় ঘটায়। ইয়াৰ ফলত ই ব্যৱহাৰ কৰাত সহজ হোৱাৰ লগতে লেহুকা হৈ পৰে। তলত WordPress-
ৰ সৈতে মানবিশিষ্টৰূপে অহা কিছুমান সুবিধাৰ তালিকা দিয়া হৈছে; কিন্তু, আক্ষৰিক অৰ্থত
হাজাৰ হাজাৰ প্লাগিন আছে যি WordPress-এ কৰা কামবোৰ প্ৰসাৰিত কৰে, গতিকে প্ৰকৃত কাৰ্য্যক্ষমতা
প্ৰায় সীমাহীন। আপুনিও WordPress ক’ডৰ সৈতে যি বিচাৰে তাকে কৰিব পাৰে, ইয়াক যিকোনো
ধৰণে প্ৰসাৰিত বা পৰিৱৰ্তিত কৰিব পাৰে বা কোনো অনুজ্ঞাপত্ৰৰ মাচুল নোহোৱাকৈ বাণিজ্যিক
প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰিব পাৰে। সেইটোৱেই হৈছে মুক্ত ছফ্টৱেৰৰ সৌন্দৰ্য্য, মুক্ত 
বুলিলে কেৱল মূল্যৰ পৰাই নহয়— ইয়াৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰখাৰ স্বাধীনতাকো বুজায়।

ইয়াত কিছুমান সুবিধা উল্লেখ কৰা হৈছে যিবোৰ আপুনি ভাল পাব বুলি আমি ভাবোঁ।

 * **Simplicity**
   Simplicity makes it possible for you to get online and get publishing,
   quickly. Nothing should get in the way of you getting your website up and your
   content out there. WordPress is built to make that happen.
 * **Flexibility**
   With WordPress, you can create any type of website you want: 
   a personal blog or website, a photoblog, a business website, a professional portfolio,
   a government website, a magazine or news website, an online community, even a
   network of websites. You can make your website beautiful with themes, and extend
   it with plugins. You can even build your very own application.
 * **Publish with Ease**
   If you’ve ever created a document, you’re already a whizz
   at creating content with WordPress. You can create Posts and Pages, format them
   easily, insert media, and with the click of a button your content is live and
   on the web.
 * **Publishing Tools**
   WordPress makes it easy for you to manage your content. 
   Create drafts, schedule publication, and look at your post revisions. Make your
   content public or private, and secure posts and pages with a password.
 * **[ব্যৱহাৰকাৰী পৰিচালনা](https://wordpress.org/documentation/article/roles-and-capabilities/)**
   
   আপোনাৰ ৱেবছাইটত সকলোৰে একেধৰণৰ প্ৰৱেশাধিকাৰ থকাৰ প্ৰয়োজন নাই। কৰ্তৃপক্ষসকলে ছাইট
   পৰিচালনা কৰে, সম্পাদকসকলে বিষয়বস্তুৰ সৈতে কাম কৰে, লিখোঁতা আৰু অৱদানকাৰীসকলে 
   সেই বিষয়বস্তু লিখে আৰু গ্ৰাহকসকলৰ এটাকৈ প্ৰ’ফাইল থাকে যিটো তেওঁলোকে পৰিচালনা 
   কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ৱেবছাইটত বিভিন্নধৰণৰ অৱদানকাৰী থাকিব পাৰে আৰু আনক
   আপোনাৰ সমাজৰ অংশ হ’বলৈ দিব পৰা যায়।
 * **[মিডিয়াৰ পৰিচালনা](https://wordpress.org/documentation/article/media-library-screen/)**
   
   কোৱা হয় যে এখন ছবিয়ে হাজাৰ কথা কয় আৰু সেইকাৰণে আপোনাৰ বাবে ছবি আৰু মিডিয়া WordPress-
   ত দ্ৰুতগতিত আৰু সহজে আপল’ড কৰিব পৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ ৱেবছাইটত যোগ কৰিবলৈ
   আপল’ডাৰত আপোনাৰ মিডিয়া ধৰি টানি আনি এৰি দিয়ক। Alt টেক্‌ষ্ট আৰু কেপশ্যন যোগ কৰক
   আৰু আপোনাৰ বিষয়বস্তুত ছবি আৰু গেলেৰী সন্নিৱিষ্ট কৰক। আনকি আমি আপুনি উপভোগ কৰিব
   পৰাকৈ কেইটামান ছবি সম্পাদনা কৰা সঁজুলিও যোগ কৰিছোঁ।
 * **Full Standards Compliance**
   Every piece of WordPress generated code is in full
   compliance with the standards set by the W3C. This means that your website will
   work in today’s browser, while maintaining forward compatibility with the next
   generation of browser. Your website is a beautiful thing, now and in the future.
 * **[সহজ থীম ব্যৱস্থা](https://as.wordpress.org/themes/)**
   WordPress-ৰ সৈতে তিনিটা
   ডিফ’ল্ট থীম আহে, কিন্তু যদি সেইকেইটা আপোনাৰ বাবে নহয় তেন্তে এটা সুন্দৰ ৱেবছাইট
   তৈয়াৰ কৰিব পৰাকৈ আপোনাৰ বাবে হাজাৰ হাজাৰ থীমৰ সৈতে এটা থীম ডাইৰেক্টৰী আছে। তাৰে
   এটাও আপোনাৰ ৰুচিৰ সৈতে মিলা নাই? এটা বুটামৰ ক্লিকেৰে আপোনাৰ নিজা থীম আপল’ড কৰক।
   আপোনাৰ ৱেবছাইটক সম্পূৰ্ণ নতুন ৰূপ দিবলৈ মাত্ৰ কেইছেকেণ্ডমান সময় লাগে।
 * **[প্লাগিনেৰে প্ৰসাৰিত কৰক](https://as.wordpress.org/plugins/)**
   WordPress প্ৰতিগৰাকী
   ব্যৱহাৰকাৰীৰ বাবে বহুতো সুবিধাৰে ভৰপূৰ। WordPress-ৰ মূল সংস্কৰণত নথকা প্ৰতিটো
   সুবিধাৰ বাবে হাজাৰ হাজাৰ প্লাগিনৰ সৈতে এটা [প্লাগিন ডাইৰেক্টৰী](https://as.wordpress.org/plugins/)
   আছে। জটিল গেলেৰী, ছ’চিয়েল নেটৱৰ্কিং, ফ’ৰাম, ছ’চিয়েল মিডিয়া ৱিজেট, স্পেম সুৰক্ষা,
   কেলেণ্ডাৰ, ছাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনৰ বাবে ফাইন-টিউন নিয়ন্ত্ৰণ আৰু প্ৰ-পত্ৰ
   যোগ কৰক।
 * **[বিল্ট-ইন মন্তব্য](https://wordpress.org/documentation/article/comments-in-wordpress/)**
   
   আপোনাৰ ব্লগ হৈছে আপোনাৰ মুখ্যপৃষ্ঠা আৰু মন্তব্যই আপোনাৰ বন্ধু-বান্ধৱী আৰু ফল’ৱাৰসকলক
   আপোনাৰ বিষয়বস্তুৰ সৈতে জড়িত হ’বলৈ এটা ঠাই দিয়ে। WordPress-ৰ মন্তব্য-সম্বন্ধীয়
   সা-সঁজুলিয়ে আপোনাক আলোচনাৰ মঞ্চ হ’বলৈ আৰু সেই আলোচনা মডাৰে’ট কৰিবলৈ প্ৰয়োজনীয়
   সকলোখিনি দিয়ে।
 * **Search Engine Optimized**
   WordPress is optimized for search engines right out
   of the box. For more fine-grained SEO control, there are plenty of [SEO plugins](https://wordpress.org/plugins/search/seo/)
   to take care of that for you.
 * **[আপোনাৰ ভাষাত WordPress ব্যৱহাৰ কৰক](https://wordpress.org/documentation/article/installing-wordpress-in-your-language/)**
   
   WordPress 70টাতকৈও অধিক ভাষাত উপলব্ধ। যদি আপুনি বা যাৰ বাবে আপুনি ৱেবছাইট সাজি
   আছে সেই ব্যক্তিজনে ইংৰাজীৰ বাহিৰে আন ভাষাত WordPress ব্যৱহাৰ কৰাটো পছন্দ কৰে,
   তেন্তে [সেইটো কৰা সহজ](https://make.wordpress.org/polyglots/teams/)।
 * **Easy Installation and Upgrades**
   WordPress has always been easy to install 
   and upgrade. Plenty of web hosts offer one-click [WordPress installers](https://wordpress.org/documentation/article/automated-installation/)
   that let you install WordPress with, well, just one click! Or, if you’re happy
   using an FTP program, you can create a database, upload WordPress using FTP, 
   and run the installer.
 * **Importers**
   Using blog or website software that you aren’t happy with? Running
   your blog on a hosted service that’s about to shut down? WordPress comes with
   importers for Blogger, LiveJournal, Movable Type, TypePad, Tumblr, and WordPress.
   If you’re ready to make the move, [we’ve made it easy for you](https://wordpress.org/support/article/importing-content/).
 * **Own Your Data**
   Hosted services come and go. If you’ve ever used a service 
   that disappeared, you know how traumatic that can be. If you’ve ever seen adverts
   appear on your website, you’ve probably been pretty annoyed. Using WordPress 
   means no one has access to your content. Own your data, all of it — your website,
   your content, your data.
 * **স্বাধীনতা**
   আপোনাৰ স্বাধীনতাবোৰ সুৰক্ষিত কৰিবলৈ সৃষ্টি কৰা GPL-ৰ অধীনত WordPress
   লাইচেন্স কৰা হয়। আপুনি বাছি লোৱা যিকোনো ধৰণে WordPress ব্যৱহাৰ কৰিবলৈ আপুনি 
   স্বাধীন: ইয়াক ইনষ্টল কৰক, ইয়াক ব্যৱহাৰ কৰক, ইয়াক পৰিৱৰ্তন কৰক, ইয়াক বিতৰণ
   কৰক। ছফ্টৱেৰৰ স্বাধীনতাই হৈছে বুনিয়াদ যাৰ ঊৰ্ধ্বত WordPress-ক গঢ় দিয়া হৈছে।
 * **Community**
   As the most popular open source CMS on the web, WordPress has a
   vibrant and supportive community. Ask a question on the [support forums](https://wordpress.org/support/forums/)
   and get help from a volunteer, attend a [WordCamp](https://central.wordcamp.org/)
   or Meetup to learn more about WordPress, read blogs posts and tutorials about
   WordPress. Community is at the heart of WordPress, making it what it is today.
 * **Contribute**
   You can be WordPress too! Help to build WordPress, answer questions
   on the support forums, write documentation, translate WordPress into your language,
   speak at a WordCamp, write about WordPress on your blog. Whatever your skill,
   [we’d love to have you](https://make.wordpress.org/)!

## বিকাশকাৰীৰ সা-সুবিধা

For developers, we’ve got lots of goodies packed under the hood that you can use
to extend WordPress in whatever direction takes your fancy.

 * **Plugin System**
   The [WordPress APIs](https://developer.wordpress.org/) make
   it possible for you to create plugins to extend WordPress. WordPress’s extensibility
   lies in the thousands of hooks at your disposal. Once you’ve created your plugin,
   we’ve even got a [plugin repository](https://wordpress.org/plugins/) for you 
   to host it on.
 * **Theme System**
   Create WordPress themes for clients, other WordPress users, 
   or yourself. WordPress provides the extensibility to [create themes](https://developer.wordpress.org/themes/)
   as simple or as complex as you wish. If you want to give your theme away for 
   free you can give it to users in the [theme repository](https://wordpress.org/themes/).
 * **এপ্লিকেশ্যন ফ্ৰে’মৱৰ্ক**
   যদি আপুনি এটা এপ্লিকেশ্যন গঢ়িব বিচাৰে তেন্তে সেইটোতো
   WordPress-এ সহায় কৰিব পাৰে। WordPress-এ কাৰিকৰী দিশত আপোনাৰ এপৰ বাবে প্ৰয়োজনীয়
   বহুতো সুবিধা প্ৰদান কৰে: অনুবাদ, ব্যৱহাৰকাৰী পৰিচালনা, HTTP অনুৰোধ, ডেটাবে’ছ,
   URL ৰাউটিং আৰু বহুত, বহুত বেছি। আপুনি ইণ্টাৰেক্ট কৰিবলৈ আমাৰ [REST API](https://developer.wordpress.org/rest-api/)-
   ও ব্যৱহাৰ কৰিব পাৰে।
 * **Custom Content Types**
   WordPress comes with default content types, but for 
   more flexibility you can add a few lines of code to create your own [custom post types](https://developer.wordpress.org/plugins/post-types/),
   [taxonomies](https://developer.wordpress.org/plugins/taxonomies/), and [metadata](https://developer.wordpress.org/plugins/metadata/).
   Take WordPress in whatever direction you wish.