সকলো সম্পাদনা কৰক

6.3এ আপোনাৰ টেমপ্লে’ট, বিষয়বস্তু আৰু আৰ্হি সকলো এটা ঠাইতে ৰাখে। এতিয়া আপুনি ছাইট তৈয়াৰ কৰাৰ পৰা লৈ সম্পূৰ্ণ কৰালৈকে সকলো কৰিব পাৰিব ছাইট এডিটৰ এৰি নোযোৱাকৈয়েই।

বিষয়বস্তু

আপোনাৰ পৃষ্ঠা আৰু টেমপ্লে’ট, একেলগে

আপোনাৰ টেমপ্লে’টটো ভিউত ৰাখি ছাইট এডিটৰৰ ভিতৰৰ পৰা পোনপটীয়াকৈ পৃষ্ঠাৰ সৃষ্টি কৰক, ব্ৰাউজ কৰক আৰু সম্পাদনা কৰক।

পৃষ্ঠাবোৰ ব্ৰাউজ কৰক

ছাইট এডিটৰ এৰি নোযোৱাকৈ পৃষ্ঠাবোৰ চাওক, বিচাৰি উলিয়াওক আৰু সম্পাদনা কৰক।

পৃষ্ঠা এখনৰ স্নেপশ্বট পাওক

উচ্চস্তৰীয় পৃষ্ঠাৰ তথ্য, ছেটিংছ আৰু বহুতো চাওক।

নিৰৱচ্ছিন্নভাৱে সলনি কৰক

এতিয়া এডিটৰত আপোনাৰ বিষয়বস্তু আৰু টেমপ্লে’ট সম্পাদনা কৰক, সহজে সিহঁতৰ মাজত সাল-সলনি কৰি।

দ্ৰুততাৰে প্ৰকাশ কৰক

এতিয়া আপুনি ছাইট এডিটৰৰ ভিতৰৰ পৰাই পোনপটীয়াকৈ এখন বা কেইবাখনো পৃষ্ঠা প্ৰকাশ কৰিব পাৰিব।

নতুন সুবিধা

কমাণ্ড পেলেটৰ সৈতে চিনাকি হওক

The new Command Palette introduces a quick way to search your site and access common commands.

যিকোনো বস্তু বিচাৰক

The new Command Palette is a fast new way to search your editor preferences and access common commands.

কামবোৰ খৰকৈ সলনি কৰক

Make switching between editing pages, posts, templates, or patterns more efficient than ever.

আৰ্হিবোৰ

আপোনাৰ সকলো আৰ্হি একে ঠাইতে

নতুন আৰ্হিৰ পৃষ্ঠা হৈছে সেই ঠাই য’ত আপুনি টেমপ্লে’টৰ অংশ আৰু ছিংক কৰা আৰ্হিবোৰকে ধৰি আপোনাৰ আটাইবোৰ আৰ্হি পৰিচালনা কৰিব পাৰে।*

ব্ৰাউজ কৰক

আপোনাৰ ছাইটৰ সকলো আৰ্হি একেলগে কেনে অনুভূত হয় তাৰে এক অনুভৱ লওক।

সৃষ্টি কৰক

কোনো পৃষ্ঠাত যোগ কৰাৰ আগতে পৃথকে-পৃথকে নতুন আৰ্হিৰ সৃষ্টি কৰক।

পৰিচালনা কৰক

সম্পাদনা কৰাৰ আগতে ব্যৱহাৰ নকৰা আৰ্হিবোৰ আঁতৰাওক বা মজুত থকা আৰ্হিৰ নকল তৈয়াৰ কৰক।

ছিংক

ছিংক কৰা আৰ্হিবোৰ* ব্যৱহাৰ কৰক যাতে এটা পৰিৱৰ্তন আপোনাৰ ছাইটৰ সকলো অংশতেই প্ৰয়োগ কৰা হয়।

কাৰ্য্যদক্ষতা

বিজুলীৰ গতি

ছাৰ্ভাৰৰ সম্পদৰ দক্ষ ব্যৱহাৰে দ্ৰুত ৱেবছাইট আৰু দৰ্শকৰ বাবে উন্নত অভিজ্ঞতাৰ সৃষ্টি কৰে।

LCP সময়ত 6.2.2তকৈ 6.3 24% দ্ৰুততৰ

170+ কাৰ্য্যদক্ষতা-সম্বন্ধীয় আপডে’ট

6.3এ যোগ কৰে স্ক্ৰিপ্ট্‌ছ APIৰ সমৰ্থন আৰু ছবিৰ বাবে fetchpriority-ৰ সমৰ্থন।

উন্নত ল’ড হোৱা সময়

ব্লক টেমপ্লে’টৰ ৰেজ’লিউশ্যন, ছবিৰ লেজী-ল’ডিং আৰু ইম’জি ল’ডাৰ সকলো আগতকৈ দ্ৰুত হৈছে।

আৰু অনেক

400+ ত্ৰুটি সংশোধন
500+ উন্নতিসাধন

With over 500 new features and enhancements and more than 400 bug fixes, this release is packed with improvements to the WordPress experience.

শীৰ্ষৰ টুলবাৰডাল পুনৰাৱিষ্কাৰ কৰক

Screenshot of the block editor, with the text, "Hello, WordPress", and the new Top Toolbar option enabled.

বিশদ বিৱৰণৰ ব্লকৰ সৈতে বিষয়বস্তু দেখুৱাওক বা লুকুৱাওক

ছবিবোৰত পক্ষানুপাত নিৰ্ধাৰণ কৰক

16;9, 4:3 আৰু 1:1ৰ পক্ষানুপাত বুজোৱা বৰ্গক্ষেত্ৰৰ বাকচ দেখুৱাই থকা ভাবাত্মক ছবি।

ছাইট এডিটৰত মেন্যুবোৰ আৰু সহজে পৰিচালনা কৰক

চলি থকা ড্ৰেগ এণ্ড ড্ৰপ কাৰ্য্যৰ সৈতে ভাবাত্মক মেন্যু পৰিচালনা দেখুৱাই থকা স্ক্ৰীনশ্বট।

শৈলীৰ পুনৰীক্ষণবোৰ ট্ৰেক কৰক আৰু আগৰ স্থিতিলৈ ঘূৰাওক

দৃশ্যগত শৈলীৰ বাবে পুনৰীক্ষণৰ ইতিহাস দেখুৱাই থকা অৱস্থাত ব্লক এডিটৰৰ কাট-কুট কৰা স্ক্ৰীনশ্বট।

অমনোযোগিতা-মুক্ত হৈ আপোনাৰ ছাইট সাজক

"টাইপ কৰা আৰম্ভ কৰক..." প্ৰম্‌প্টৰ এটা স্ক্ৰীনশ্বট।

পাদটীকা ব্লকৰ সৈতে বিষয়বস্তুৰ টীকা লিখক

পাদটীকাৰ ব্লকৰ স্ক্ৰীনশ্বট যি এইখিনি পাঠ দেখুৱাই আছে: 1. WordPress আৰম্ভ হৈছিল 2003 চনত যেতিয়া মাইক লিটল আৰু মেট মুলেনৱেগে b2/cafelog-ৰ এটা ফ’ৰ্কৰ সৃষ্টি কৰিছিল। তেতিয়াও এক মাৰ্জিত, সুস্থাপিত ব্যক্তিগত প্ৰকাশনৰ ব্যৱস্থাৰ প্ৰয়োজন স্পষ্ট আছিল। আজি PHP আৰু MySQL-ৰ ঊৰ্ধ্বত WordPress নিৰ্মিত আৰু GPLv2ৰ অধীনত লাইচেন্স কৰা হৈছে। লগতে ই সমগ্ৰ ৱেবৰ আটাইবোৰ ছাইটৰ 43%তকৈ অধিকৰ পছন্দৰ প্লেটফৰ্ম।

সক্ৰিয় কৰাৰ আগত ব্লক থীমবোৰ পূৰ্বদৰ্শন কৰক

Cropped screenshot of a a block theme, Twenty Twenty-Three, dark text on white background.

*ছিংক হোৱা আৰ্হিবোৰক আগত “পুনৰ্ব্যৱহাৰ্য ব্লক” বোলা হৈছিল।