শৈলী সৈতে এক উন্মোচন

WordPress 6.4ৰ সৈতে আপোনাৰ ধাৰণাবোৰক নিৰৱচ্ছিন্নভাৱে আকাৰ ল’বলৈ দিয়ক। এক নতুন, বহুমুখী ডিফ’ল্ট থীম আৰু আপোনাৰ সৃজনশীল যাত্ৰাৰ প্ৰতিটো পদক্ষেপক শক্তিশালী কৰিবলৈ আপগ্ৰে’ডৰ এক সমষ্টি আৱিষ্কাৰ কৰক।

Cropped screenshots of the Twenty Twenty-Four theme, with the featured one showing an RSVP full-page pattern.

টুৱেণ্টী টুৱেণ্টী-ফৰক
আদৰণি জনাওক

Twenty Twenty-Four is an elegant, versatile default theme designed with distinct use cases in mind, from writers and artists to entrepreneurs. Its extensive library of patterns and flexibility make it the ideal choice for a wide range of creative and business needs.

আপোনাৰ লেখনৰ উদ্যোগ আৰম্ভ কৰক

Explore Twenty Twenty-Four’s collection of patterns for the homepage, single posts, and archive templates. Use them as a starting point to create a unique blog tailored to your style.

আপোনাৰ কাম প্ৰদৰ্শন কৰক

Save time and effort with a variety of curated portfolio, testimonial, and team patterns to highlight your creative projects and inspire your potential clients.

টুৱেণ্টী টুৱেণ্টী-ফৰ থীমৰ কাটকুট কৰা স্ক্ৰীনশ্বট।

35টাৰো অধিক সুন্দৰভাৱে নিৰ্মিত আৰ্হি আৱিষ্কাৰ কৰক

যিকোনো ধৰণৰ পৃষ্ঠা ৰচনা কৰিবলৈ থীমৰ নানাবিধৰ আৰ্হি আৰু টেমপ্লে’টৰ লাইব্ৰেৰীৰ সুবিধা লওক—আৰু আপোনাৰ ছাইট সজাৰ প্ৰক্ৰিয়াক সুশৃংখলিত কৰক।

Decorative image of a wooden staircase seen from above with a person walking up the stairs.

সুকীয়া ডিজাইনৰ বাবে গোটৰ ব্লকত নতুন নতুন পটভূমিৰ ছবিৰ সৈতে খেলক