বিশ ষোল্ল(Twenty Sixteen) হৈছে সৰ্বদা জনপ্ৰিয় ৱৰ্ডপ্ৰেছৰ বিন্যাসত আধুনিকভাবে সজ্জিত – ঐচ্ছিক সোঁ চাইডবাৰৰ স’তে অনুভূমিক শীৰ্ষমস্তক যিয়ে ব্লগ আৰু ৱেবচাইটসমূহত সঠিকভাবে কাম কৰে | ধুনীয়া ৰঙৰ আঁচনিৰ স’তে ইয়াৰ প্ৰচলিত ৰঙৰ সুবিধাসমূহ আছে, প্ৰথমে-মোবাইলৰ সমকক্ষ পনীয়া জাঁলসদৃশ, আৰু প্ৰতিটোতে বিস্তাৰিতভাবে অনবদ্য উজ্বলতা | বিশ ষোল্ল(Twenty Sixteen)ই আপোনাৰ ৱৰ্ডপ্ৰেছক সকলো দিশতে ধুনীয়া কৰি ৰাখিব |
twentysixteen.3.4.zip