WordPress.org

Themes

All themes

Twenty Twenty-Two

Twenty Twenty-Two

শৈলীৰ ৰূপভেদ (4)

Community theme

This theme is developed and supported by a community.

  • Version 2.1
  • Last updated ডিচেম্বৰ 3, 2025
  • Active installations 200,000+
  • WordPress version 5.9
  • PHP version 5.6

দৃঢ়ভাৱে ডিজাইন কৰা ভেটিত নিৰ্মিত Twenty Twenty-Two-এ এই ধাৰণাটোক আঁকোৱালি লৈছে যে সকলোৱেই প্ৰকৃততে এটা সুকীয়া ৱেবছাইটৰ যোগ্য। থীমটোৰ সূক্ষ্ম শৈলীবোৰ চৰাইৰ বৈচিত্ৰ্য আৰু বহুমুখীতাৰ পৰা অনুপ্ৰাণিত: ইয়াৰ টাইপ’গ্ৰাফী লাইটওৱেইট যদিও শক্তিশালী, ইয়াৰ ৰঙৰ পেলেট প্ৰকৃতিৰ পৰা আঁজোৰা হৈছে আৰু ইয়াৰ লে’আউটৰ উপাদানবোৰ পৃষ্ঠাত অৰুক্ষভাৱে বহে। Twenty Twenty-Two-ৰ প্ৰকৃত সমৃদ্ধি ইয়াৰ কাষ্টমাইজেশ্যনৰ সুযোগত নিহিত হৈ আছে। WordPress 5.9-ত আগবঢ়োৱা ছাইট সম্পাদকৰ সা-সুবিধাৰ লাভ উঠাবলৈ থীমটো তৈয়াৰ কৰা হৈছে, যাৰ অৰ্থ এয়া যে আপোনাৰ ছাইটৰ প্ৰতিটো পৃষ্ঠাৰ ৰং, টাইপ’গ্ৰাফী, আৰু লে’আউট আপোনাৰ কল্পনাশক্তিৰ লগত খাপ খুৱাই কাষ্টমাইজ কৰিব পাৰি। ইয়াত এগালমান ব্লকৰ আৰ্হিও অন্তৰ্ভুক্ত কৰা হৈছে যি মাত্ৰ কেইটামান ক্লিকতে পেছাদাৰীভাৱে ডিজাইন কৰা বিভিন্ন প্ৰকাৰৰ লে’আউটৰ দুৱাৰ খোলে। আপুনি একক পৃষ্ঠাৰ ৱেবছাইট, ব্লগ, ব্যৱসায়িক ৱেবছাইট বা এটা পৰ্টফ’লিঅ’ই সাজি নাথাকক কিয়, Twenty Twenty-Two-এ আপোনাক এনে এটা ছাইট তৈয়াৰ কৰাত সহায় কৰিব যিটো সুকীয়াৰূপে আপোনাৰ।

Patterns

Downloads per day

সক্ৰিয় ইনষ্টলেশ্যন: 200,000+

ৰে’টিংবোৰ

5টাৰ ভিতৰত 3.2টা তৰা।

সাহায্য

কিবা ক’বলগীয়া আছে? সহায় লাগে?

সাহায্যৰ ফ’ৰাম চাওক

অভিযোগ দিয়ক

Does this theme have major issues?

এই থীম সন্দৰ্ভে অভিযোগ দিয়ক

অনুবাদবোৰ

Translate this theme

Browse the code