আপোনাৰ প্লাগিন যোগ কৰক

Before you submit your plugin, we ask you to review our Guidelines and read the Frequently Asked Questions. A brief selection of common questions is available below the form.

Before you can upload a new plugin, please log in.

এবাৰ দাখিল কৰা হ’লেই আপোনাৰ প্লাগিনটোৰ যিকোনো সাধাৰণ ত্ৰুটিৰ বাবে মেনুৱেলী পৰ্য্যালোচনা কৰা হ’ব আৰু লগতে ই সকলো নিৰ্দেশনা পালন কৰিছে নে নাই সেয়া সুনিশ্চিত কৰা হ’ব।

সঘনাই উত্থাপিত প্ৰশ্নবোৰ

পৰ্য্যালোচনাৰ প্ৰক্ৰিয়াত কিমান সময় লাগিব?

This is in the Developer FAQ. It takes anywhere between 1 and 10 days. We attempt to review all plugins within 5 business days of submission, but the process takes as long as it takes, depending on the complexity of your plugin.

মই মোৰ প্লাগিনৰ পৰ্য্যালোচনা কেনেকৈ দ্ৰুত কৰিব পাৰোঁ?

আপোনাৰ প্লাগিনৰ পৰ্য্যালোচনাক আনতকৈ অধিক অগ্ৰাধিকাৰ দিব নোৱাৰি, আপোনাৰ প্লাগিনটো সোনকালে অনুমোদিত কৰাত আমাক সহায় কৰিবলৈ, অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি প্লাগিনৰ হাতপুথিৰ সুৰক্ষাৰ অধ্যায়টো পঢ়িছে।

প্লাগিন অনুমোদিত নকৰাৰ আমাৰ তিনিটা একেবাৰে সাধাৰণ কাৰণ হ’ল:

আপোনাৰ প্লাগিনৰ ক’ড ওপৰৰ শ্ৰেণীকেইটাৰ কোনো এটাত পৰিলে আপোনাৰ প্লাগিন অনুমোদিত নহ’ব। প্লাগিন পৰ্য্যালোচনাৰ দলে আপোনাক এই হাতপুথিৰ পৃষ্ঠাবোৰলৈ আকৌ চকু ফুৰাবলৈ ক’ব যাৰ দ্বাৰা পৰ্য্যালোচনাৰ প্ৰক্ৰিয়াত আৰু অধিক পলম হ’ব।

মোৰ প্লাগিনৰ URL কি হ’ব?

Your plugin’s URL will be populated based on the value of Plugin Name in your main plugin file (the one with the plugin headers). If you set yours as Plugin Name: Boaty McBoatface then your URL will be https://wordpress.org/plugins/boaty-mcboatface and your slug will be boaty-mcboatface for example. If there is an existing plugin with your name, then you will be boaty-mcboatface-2 and so on. It behaves exactly like WordPress post names.

আপোনাৰ প্লাগিনটো এবাৰ অনুমোদিত হোৱাৰ পাছত আৰু ইয়াৰ নাম সলাব পৰা নাযাব

মই মোৰ প্লাগিনৰ নামটোত কিবা এটা ভুল কৰিলোঁ। মই সেইটো আপডে’ট কৰা উচিতনে?

আপুনি কি সলনি কৰিব বিচাৰে তাৰ ওপৰত এইটো নিৰ্ভৰ কৰে। যদি আপুনি প্লাগিনৰ দেখুওৱা নাম সলনি কৰিব বিচাৰে, তেন্তে আপুনি এই পৃষ্ঠাত আপোনাৰ প্লাগিনৰ ফাইলবোৰ আপডে’ট কৰি সেইটো আপডে’ট কৰিব পাৰিব। যদি আপুনি সলনি কৰিব বিচৰাটো আপোনাৰ প্লাগিনৰ পাৰ্মালিংক / শ্লাগ, তেন্তে আমি পৰ্যালোচনা আৰম্ভ কৰাৰ আগতে আপুনি সেইটো এবাৰেই সলনি কৰিব পাৰিব (উপলব্ধ হ’লে আপুনি সেইটো সলনি কৰিব পৰাকৈ এই পৃষ্ঠাত এটা লিংক দেখা পাব)। এয়া সম্ভৱ নহ’লে আপুনি আমাৰ সৈতে plugins@wordpress.org-ত যোগাযোগ কৰিব লাগিব, আমি প্লাগিনটো অনুমোদিত নোহোৱালৈকে সলনি কৰিব পাৰোঁ।

মই কিছুমান নিৰ্দিষ্ট দেখুওৱা নামেৰে প্লাগিন দাখিল কৰিব কিয় নোৱাৰোঁ?

Certain plugin names are prohibited due to trademark abuse. Similarly, we prevent their use in plugin slugs entirely for your protection.